গুৱাহাটী,13মাৰ্চঃ গুৱাহাটী মেডিকেল কলেজৰ নেফ্ৰলজী বিভাগৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হব kidney দিৱস । দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হব এই দিৱসটি ।
গুৱাহাটী মেডিকেল কলেজৰ নেফ্ৰলজী বিভাগৰ উদ্যোগত পালন কৰা কিডনী দিৱস - GMCH
সকলোৱেই সজাগ হলে kidney ৰোগৰ পৰা হাত সাৰিব পাৰি বুলি অৱগত কৰে চিকিৎসকে
![গুৱাহাটী মেডিকেল কলেজৰ নেফ্ৰলজী বিভাগৰ উদ্যোগত পালন কৰা কিডনী দিৱস](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2681108-24-4596dab0-10dc-489c-9497-17a397cdf288.jpg)
গুৱাহাটী মেডিকেল কলেজৰ নেফ্ৰলজী বিভাগৰ উদ্যোগত পালন কৰা কিডনী দিৱস
গুৱাহাটী মেডিকেল কলেজৰ নেফ্ৰলজী বিভাগৰ উদ্যোগত পালন কৰা কিডনী দিৱস
কলেজৰ পৰা সজাগতা মূলক শোভাযাত্ৰাৰ পিছতেই পেক্ষাগৃহত অনুষ্ঠিত হব মূল অনুষ্ঠানৰ ।মূলত সজাগতা অভাৱৰ বাবেই কিডনিৰ ৰোগত মানুহ ৰোগাক্ৰান্ত হয় ।কেনেদৰে কিডনিৰ ৰোগৰ পৰা হাত সাৰিব পাৰি তাৰ ওপৰত চিকিৎসক সকলে বিশেষ কাৰ্যসূচী হাতত লৈছে ।লগতে সকলোৱেই সজাগ হলে এই ৰোগৰ পৰা হাত সাৰিব পাৰি বুলি অৱগত কৰে চিকিৎসক সকলে । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল যোগে বৃহস্পতিবাৰে অনুষ্ঠিত হবলগীয়া কিডনী দিৱসৰ বিষয়ে সাংবাদিক ক অৱগত কৰে ।