অসম

assam

By

Published : Nov 13, 2020, 10:26 AM IST

ETV Bharat / state

ছয়গাঁৱত বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ জব্দ

এক অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ ফলা কাঠ আৰু কাঠৰ কুণ্ডা জব্দ কৰে বন বিভাগে ৷ ইব্ৰাহিম আলী নামৰ এজন লোকে অবধৈ ভাৱে কাঠ ফলা মিল বঢ়োৱাই জোৰশিমূলী দাসপাৰাত কাঠৰ এক চোৰাং ব্যৱসায় কৰি আহিছিল ৷

BOKO_SAW MILL SEIZED_
ছয়গাঁৱত বৃহৎ পৰিনাণৰ চোৰাং ফলা কাঠ জব্দ

বকো,12নৱেম্বৰঃ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ ছয়গাঁও সমষ্টিৰ জোৰশিমূলী দাসপাৰাত বন বিভাগৰ অভিযানত এটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈকে সক্ষম হয় । উল্লেখ্য যে,দাসপাৰা গাঁৱৰ ইব্ৰাহিম আলী নামৰ এজন লোকে উক্ত স্থানত অবধৈ ভাৱে কাঠ ফলা মিল বহুৱাই কাঠৰ এক চোৰাং ব্যৱসায় কৰি আহিছিল ৷

ছয়গাঁৱত বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ জব্দ

অভিযানত বৃহৎ পৰিমাণৰ অবৈধ ফলা কাঠ আৰু কাঠৰ কুণ্ডাও জব্দ কৰে বন বিভাগে । অভিযান চলায় বামুণীগাঁও বন বিভাগৰ এটা সঁজাতি দ'লে ৷

লগতে পঢ়কঃ দীপাৱলীৰ প্ৰাক ক্ষণত কি কি নীতি নিৰ্দেশনা জাৰি কৰিলে নগাঁও প্ৰশাসনে?

ABOUT THE AUTHOR

...view details