বকো,8 ডিচেম্বৰ: কৃষক আইন বাতিলৰ দাবীত ভাৰত বন্ধক পূৰ্ণ সমৰ্থন জনাইজে বিভিন্ন দল-সংগঠনে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপায়ন কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী । সমান্তৰাল ভাৱে বৃহত্তৰ বকো অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰিছে CITU, অসম কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম ৰাজ্যিক কৃষক সভা আৰু গণ সাংস্কৃতিক মঞ্চই । সংগঠন কেইটাই একত্ৰিত ভাবে বকো ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত হাতে হাতে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।
বকোত কৃষক আইন বাতিলৰ দাবীত ভাৰত বন্ধক পূৰ্ণ সমৰ্থন - BOKO
কৃষক আইন বাতিলৰ দাবীত ভাৰত বন্ধক পূৰ্ণ সমৰ্থন জনাইজে বিভিন্ন দল-সংগঠনে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপায়ন কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী ।

বকোত কৃষক আইন বাতিলৰ দাবীত ভাৰত বন্ধক পূৰ্ণ সমৰ্থন