- নৈত উটি আহি ছমৰীয়া দলঙত আৱদ্ধ মৃতদেহটো
- মৃতদেহটো প্ৰায় ৩৫ বছৰীয়া যুৱকৰ
- কলা পেন্ট আৰু গেঞ্জি পৰিহিত অৱস্থাত থকা মৃতদেহটো চিনাক্ত হোৱা নাই
- ডিঙিত গামোচাৰে বান্ধি থোৱা মৃতদেহটো হত্যা কৰি নৈত পেলাই দিয়াৰ সন্দেহ
- ঘটনা সন্দৰ্ভত ছমৰীয়া আৰক্ষী পহৰা চকীত খবৰ দিয়ে স্থানীয় লোকে
মৰাকলহী নৈত মৃতদেহ উদ্ধাৰ - মৃতদেহ উদ্ধাৰ
বকোৰ ছমৰীয়াৰ মৰাকলহী নৈত উদ্ধাৰ প্ৰায় 35 বৰ্ষীয় এজন লোকৰ মৃতদেহ ৷
![মৰাকলহী নৈত মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3975258-thumbnail-3x2-jpp.jpg)
মৰাকলহী নৈত মৃতদেহ উদ্ধাৰ