অবৈধ বালি খননৰ বিৰুদ্ধে সৰৱ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ - বকো
বকোত অবৈধ বালি খননৰ বিৰুদ্ধে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যৰ অভিযান ৷ পাৱাৰ পাম্পেৰ বালি খনন বন্ধ ঘোষণা।
![অবৈধ বালি খননৰ বিৰুদ্ধে সৰৱ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3965721-thumbnail-3x2-o.jpg)
অবৈধ বালি খননৰ বিৰুদ্ধে সৰৱ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ
বকো, 27 জুলাইঃ বকোত অবৈধ বালি খননৰ বিৰুদ্ধে অভিযান। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যৰ অভিযান। বকো আৰু শিংৰা নৈত পাৱাৰ পাম্পেৰে বালি খনন বন্ধ ঘোষণা। সমগ্ৰ ৰাভা হাছঙতে প্ৰযোজ্য হব এই নিৰ্দেশনা। মহলৰ অনুমোদন নথকা স্থানত বালি খনন বন্ধ ঘোষণা। তৎকাল কাৰ্যসূচীত উপস্থিত হাছঙৰ ৭ গৰাকী কাৰ্যবাহী সদস্য। কাৰ্যসূচীত উপস্থিত উপাধ্যক্ষ ৰমাকান্ত ৰাভা। উপস্থিত কাৰ্যবাহী সদস্য ফনীন্দ্ৰ ৰাভা, নগৰমল স্বৰ্গীয়াৰী, আদিত্য ৰাভা। লগতে উপস্থিত সুমিত ৰাভা, সোণাৰাম ৰাভা, ফ্ৰাইলিন আৰ মাৰাক।
অবৈধ বালি খননৰ বিৰুদ্ধে সৰৱ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ