বকো,10 মাৰ্চঃ অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পীত সোমবাৰে নিশা গুলিচালনাৰ ঘটনা সংঘটিত হয়। পুৱতি নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই ঘটনা । পিষ্টলেৰে খাৰবানী নামৰ লোক এজনে ফুটাই এজাই গুলী। কৰ্তব্যৰত অসম আৰক্ষী,বেটেলিয়ানক টাৰ্গেট খাৰবানীয়ে গুলিচালনা কৰাৰ অভিযোগ। অসমৰ গাঁওৰক্ষী বাহিনীকো অকথ্য গালি-গালাজ পাৰে লোকজনে । অত্যাধিক সুৰাপান কৰি এই কাণ্ড সংঘটিত কৰে খাৰবানীয়ে। অসমৰ লাম্পী মেঘালয়ৰ বুলিও দাবী কৰে লোকজনে ।
অসম মেঘালয় সীমান্তৰ লাম্পীত নিশা গুলিচালনাৰ ঘটনা - অসম আৰক্ষী,বেটেলিয়েন
শীঘ্ৰেই লাম্পী ত্যাগ কৰিবলৈ সকীয়নি প্ৰদান আৰক্ষী আৰু স্থানীয় লোকক ৷ কৰ্তব্যৰত অসম আৰক্ষী,বেটেলিয়েনক টাৰ্গেট কৰি গুলীচালনা কৰিছিল মেঘালয়ৰ খাৰবানী নামৰ লোকজনৰ ৷
![অসম মেঘালয় সীমান্তৰ লাম্পীত নিশা গুলিচালনাৰ ঘটনা সীমান্তৱৰ্তী বকোৰ লাম্পীত নিশা গুলিচালনাৰ ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6359014-thumbnail-3x2-boko.jpg)
সীমান্তৱৰ্তী বকোৰ লাম্পীত নিশা গুলিচালনাৰ ঘটনা
সীমান্তৱৰ্তী বকোৰ লাম্পীত নিশা গুলিচালনাৰ ঘটনা
ইফালে শীঘ্ৰেই লাম্পী ত্যাগ কৰিবলৈ সকীয়নি প্ৰদান আৰক্ষী আৰু স্থানীয় লোকক। গুলিচালনাত কোনোধৰণৰ অবাঞ্চিত ঘটনা সংঘটিত হোৱা নাই। খাৰবানী নামৰ লোকজন মেঘালয়ৰ আৰক্ষী বুলি সন্দেহ। অৱশ্যে লোকজনে গুলিচালনা কৰি গালি-গালাজ কৰি নিৰ্বিঘ্নে আতৰি যায় । এখন মাৰুতি কাৰত অকলেই আহিছিল লোকজন। ঘটনাক লৈ লাম্পীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
লগতে চাওকঃ