অসম

assam

By

Published : Aug 19, 2019, 1:38 PM IST

ETV Bharat / state

বকোৰ টেপচিয়াত পথ দুৰ্ঘটনা

সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্ৰেৰণ লোকজনক ৷

বকোৰ টেপচিয়াত পথ দুৰ্ঘটনা

বকোৰ টেপচিয়াত পথ দুৰ্ঘটনা
  • বকোৰ টেপচিয়াত পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত এজন লোক
  • আহত লোকজনক কমল আনন্দ ঢৰা বুলি চিনাক্ত
  • ই-ৰিক্সা আৰু স্কুটীৰ সংঘৰ্ষত আহত লোকজন
  • বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসা প্ৰদান লোকজনক
  • বৰ্তমান উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ
  • দুৰ্ঘটনাত পতিত স্কুটীখনৰ নম্বৰ AS-25L-3619

ABOUT THE AUTHOR

...view details