অসম

assam

ETV Bharat / state

উত্তৰ গুৱাহাটীৰ ভয়াৱহ নাও দুৰ্ঘটনাৰ এবছৰ

বৃহস্পতিবাৰে ভয়াৱহ নাও দুৰ্ঘটনাৰ সম্পূৰ্ণ হ'ল এবছৰ ৷ বৰ্তমানেও পাহৰিব পৰা নাই উত্তৰ গুৱাহাটীবাসীয়ে সেই শিহৰণকাৰী ঘটনা ।

By

Published : Sep 5, 2019, 7:14 PM IST

উত্তৰ গুৱাহাটীৰ ভয়াবহ নাও দুৰ্ঘটনাৰ এবছৰ

গুৱাহাটী,5 ছেপ্টেম্বৰঃ ২০১৮ চনৰ ৫ছেপ্টেম্বৰ ৷ এটা ভয়াবহ দিন ৷ এই দিনটোতে উত্তৰ গুৱাহাটীত সংঘটিত হৈছিল নাও দুৰ্ঘটনা ৷ য'ত প্ৰাণ হেৰুৱাইছিল অংকিত বৰা, দিম্পী বৰা, ৰাহুল আলী আৰু কমল ৰজকৰে । এই ভয়ংকৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা সকলক স্মৰণ কৰি বৃহস্পতিবাৰে সচেতন যুৱ মঞ্চৰ উদ্যোগত উত্তৰ গুৱাহাটীত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । চাওঁক এক প্ৰতিবেদনঃ

উত্তৰ গুৱাহাটীৰ ভয়াবহ নাও দুৰ্ঘটনাৰ এবছৰ

ABOUT THE AUTHOR

...view details