আমিনগাওঁ, 22 নৱেম্বৰ :মহানগৰীৰ আমিনগাঁৱত দেওবাৰে বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে স্বচ্ছ ভাৰত অভিযান কোষৰ অধীনত এক স্বচ্ছতা অভিযান ৰূপায়ন কৰে ৷ সমিতিৰ এই স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে বিজেপি নেতা তথা প্ৰাক্তন মেয়ৰ মৃগেন শৰনীয়াই । অভিযানত অংশগ্ৰহণ কৰি তেওঁ বাঢ়নীৰে কেৱল জাৱৰ পৰিষ্কাৰ কৰাই নহয়, সমাজ এখনকো শুদ্ধ কৰিব পাৰি বুলি উল্লেখ কৰে ।
আমিনগাঁৱত বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ স্বচ্ছতা অভিযান - আমিনগাঁও
আমিনগাঁৱত দেওবাৰে বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে স্বচ্ছ ভাৰত অভিযান কোষৰ অধীনত এক স্বচ্ছতা অভিযান ৰূপায়ন কৰে ৷
আমিনগাঁৱত বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ স্বচ্ছতা অভিযান
স্বচ্ছতা অভিযান কাৰ্য্যসূচীৰ জড়িয়তে আমিনগাঁও ৰেলৱে বজাৰৰ ৰাস্তা ঘাটসমূহ পৰিষ্কাৰ কৰে প্ৰায় শতাধিক বিজেপি কৰ্মীয়ে । বিজেপি কৰ্মীসকলে স্বচ্ছতা অভিযানৰ সময়ত প্ৰতিদিনে নিজ নিজ অঞ্চলৰ ৰাস্তা ঘাটসমূহ পৰিষ্কাৰ পৰিচন্ন কৰাৰ সংকল্প লয় ।
লগতে পঢ়ক: কি হ'ব ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ পৰৱৰ্তী সিদ্ধান্ত ?