আজাৰা, 26 ছেপ্তেম্বৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে শনিবাৰে দক্ষিণ কামৰূপৰ বৰহেৰামদো সত্ৰত উপস্থিত হয় বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস ৷ নিজকে মহাপুৰুষ দুজনাৰ একান্ত ভক্ত বুলি কৈ ভক্তসকলৰ সৈতে নাম-কীৰ্ত্তনত অংশগ্ৰহণ কৰি মহাপুৰুষ জনালৈ সেৱা যাঁচে সভাপতি ৰণজিৎ দাসে ৷
শংকৰদেৱৰ আৱিৰ্ভাৱ তিথিত বহিল বিজেপি সভাপতি ৰঞ্জিত দাস - বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস
দক্ষিণ কামৰূপৰ বৰহেৰামদো সত্ৰত বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস ৷ মহাপুৰুষ শ্ৰীশ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে ভক্তসকলৰ সৈতে নাম-কীৰ্ত্তনত অংশগ্ৰহণ কৰে বিজেপি সভাপতি গৰাকীয়ে ৷

শংকৰদেৱৰ আৱিৰ্ভাৱ তিথিত বহিল বিজেপি সভাপতি ৰঞ্জিত দাস
শংকৰদেৱৰ আৱিৰ্ভাৱ তিথিত বহিল বিজেপি সভাপতি ৰঞ্জিত দাস
আনহাতে, এই পৱিত্ৰ দিনটোত তেওঁ ৰাজনৈতিক বিষয়সমূহ বাদ দি নিজকে কেৱল মহাপুৰুষ দুজনাৰ একান্ত ভক্ত হিচাপে অংশ গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ৷
লগতে পঢ়ক:বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক নিযুক্ত সাংসদ দিলীপ শইকীয়া
Last Updated : Sep 27, 2020, 7:37 AM IST