অসম

assam

ETV Bharat / state

ৰঙালীক আদৰাৰ বাবে সাজু বাইহাটা চাৰিআলিবাসী

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ এতিয়া বাইহাটা চাৰিআলিতো ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাইহাটা চাৰিআলিৰ ডেকা- গাভৰুও ব্যস্ত বিহুৰ আখৰাত ।

ৰঙালীক আদৰাৰ বাবে সাজু বাইহাটা চাৰিআলিবাসী

By

Published : Apr 12, 2019, 1:59 PM IST

কামৰূপ,12 এপ্ৰিল: অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো এটা দিন বাকী । সেয়েহে ৰঙালী বিহুক আদৰাৰ বাবে এতিয়া সাজু প্ৰতিজন অসমীয়া ৷ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ এতিয়া বাইহাটা চাৰিআলিতো ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷

ৰঙালীক আদৰাৰ বাবে সাজু বাইহাটা চাৰিআলিবাসী

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাইহাটা চাৰিআলিৰ ডেকা- গাভৰুও ব্যস্ত বিহুৰ আখৰাত । বিগত দহ বছৰে অসমৰ ভিন্ন প্ৰান্তত বিহু প্ৰদৰ্শনেৰে চমক সৃষ্টি কৰা বাইহাটা চাৰিআলিৰ 'মন বহাগী বিহুৱা' দলটোৱে এই বেলিও বিহু নাচেৰে চমক সৃষ্টি কৰাৰ উদ্দেশ্যে ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত ।

ABOUT THE AUTHOR

...view details