অসম

assam

ETV Bharat / state

বিজেপিৰ টিকট লাভ কৰি গুৱাহাটী পালেহি ভূৱনেশ্বৰ কলিতা - বিজেপিৰ টিকট লাভ কৰি গুৱাহাটী পালেহি ভূৱনেশ্বৰ কলিতা

বিজেপিৰ পৰা ৰাজ্যসভাৰ টিকট লৈ বৰঝাৰ বিমানবন্দৰত উপস্থিত ভূৱনেশ্বৰ কলিতা ৷

গুৱাহাটী পালেহি ভূৱনেশ্বৰ কলিতা
গুৱাহাটী পালেহি ভূৱনেশ্বৰ কলিতা

By

Published : Mar 12, 2020, 12:00 AM IST

আজাৰা,11 মাৰ্চঃ বিজেপিৰ পৰা ৰাজ্যসভাৰ টিকট লাভ কৰি বৰঝাৰ বিমানবন্দৰত উপস্থিত ভূৱনেশ্বৰ কলিতা ৷ বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ টিকট লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক সভাপতি ৰণজিৎ দাসক ধন্যবাদ জ্ঞাপন কৰে কলিতাই ।

বিজেপিৰ টিকট লাভ কৰি গুৱাহাটী পালেহি ভূৱনেশ্বৰ কলিতা

ৰাজ্যখনৰ লগতে দেশৰ বাবে এই নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে ভূৱনেশ্বৰ কলিতাই । কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবে দলটোত ভাল মানুহ নোহোৱা হৈছে । কংগ্ৰেছ দলৰ পৰা আৰু বহু নেতা বিজেপিলৈ আহিব বুলি বৰঝাৰ বিমানবন্দৰ সাংবাদিকৰ আগত মন্তব্য কৰে বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থীগৰাকীয়ে ৷ লগতে,কলিতাই কংগ্ৰেছ আৰু এআই ইউৰ উমৈহতীয়া প্ৰাৰ্থী সাংবাদিক অজিত কুমাৰ ভূঞাকো শুভেচ্ছা জ্ঞাপন কৰে ভূৱনেশ্বৰ কলিতাই ।

লগতে পঢ়কঃকংগ্ৰেছ-এআইডিইউএফৰ ৰাজ্যসভাৰ উমৈহতীয়া প্ৰাৰ্থী অজিত কুমাৰ ভূঞা

For All Latest Updates

ABOUT THE AUTHOR

...view details