অসম

assam

ETV Bharat / state

ফাঁচীবজাৰ ডকাইতি কাণ্ডত জড়িত 4 জনক গ্ৰেপ্তাৰ - মহানগৰ আৰক্ষী

মহানগৰীৰ ফাঁচীবজাৰত সংঘটিত ডকাইতি কাণ্ডত জড়িত চাৰি জনক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে। ভি এছ এল নামৰ প্ৰতিষ্ঠানটোৰ দুই কৰ্মচাৰী, গাড়ী চালক আৰু এজন নিৰাপত্তাৰক্ষীক গ্ৰেপ্তাৰ।

ফাঁচীবজাৰ ডকাইতি কাণ্ডত জড়িত 4 জনক গ্ৰেপ্তাৰ

By

Published : Aug 28, 2019, 10:37 PM IST

গুৱাহাটী,28আগষ্টঃ

  • ফাঁচীবজাৰত সংঘটিত ডকাইতি কাণ্ডত জড়িত চাৰি জনক গ্ৰেপ্তাৰ
  • গ্ৰেপ্তাৰ হ'ল ভি এছ এল নামৰ প্ৰতিষ্ঠানটোৰ দুই কৰ্মচাৰী, গাড়ী চালক আৰু এজন নিৰাপত্তাৰক্ষী
  • ধৃত কেইগৰাকী ক্ৰমে গাড়ী চালক বলোৰাম নুনিয়া, নিৰাপত্তাৰক্ষী ভৱেশ কলিতা, দুই কৰ্মচাৰী ক্ৰমে তাপশ বোষ আৰু জাকিফৰ ৰহমান
  • পানবজাৰ আৰক্ষীৰ জিম্মাত আছে চাৰি অভিযুক্ত
  • তদন্তৰ খাতিৰত বিশেষ মন্তব্যৰ পৰা বিৰত থাকে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ
    ফাঁচীবজাৰ ডকাইতি কাণ্ডত জড়িত 4 জনক গ্ৰেপ্তাৰ
  • উল্লেখ্য যে মঙলবাৰে ফাঁচীবজাৰৰ ফেডাৰেল বেংকৰ সন্মুখত সংঘটিত হৈছিল এই ডকাইতি কাণ্ডটো
  • মাৰুতি চালকৰ হাতৰ পৰা ৪০ লাখ টকাৰ বেগ কাঢ়ি নিছিল চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৱে

ABOUT THE AUTHOR

...view details