অসম

assam

ETV Bharat / state

বাইহাটা চাৰিআলিত ৰে’লৰ খুন্দাত নিহত 1

সোমবাৰে বাইহাটা চাৰিআলিৰ তুহুৰাত ৰে’লৰ খুন্দাত এজন যুৱকৰ মৃত্যু ৷ ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্য ৷

By

Published : May 6, 2019, 4:31 PM IST

Updated : May 6, 2019, 5:02 PM IST

বাইহাটা চাৰিআলিত ৰে’লৰ খুন্দাত নিহত 1

  • বাইহাটা চাৰিআলিৰ তুহুৰাত দুৰ্ঘটনা
  • চলন্ত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল এজনৰ
  • নিহত যুৱকজন ছিপাঝাৰৰ হেঙালপাৰা গাঁৱৰ আব্দুল হেকিম(20) বুলি চিনাক্ত
  • এইয়া দুৰ্ঘটনা নে আত্মহত্যা সঠিক ভাৱে জানিব পৰা হোৱা নাই
    বাইহাটা চাৰিআলিত ৰে’লৰ খুন্দাত নিহত 1
Last Updated : May 6, 2019, 5:02 PM IST

ABOUT THE AUTHOR

...view details