অসম

assam

ETV Bharat / state

বাইহাটা চাৰিআলিত ছাত্ৰৰ কৰুণ মৃত্যু

ছাত্ৰজনৰ মৃত্যুত ভাগি পৰিছে পিতৃ মাতৃ ৷ উৎকট গৰমৰ বাবে মৃত্যু মুখত পৰে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰগৰাকী ৷

By

Published : Jun 13, 2019, 7:09 AM IST

etv bharat

  • উৎকট গৰমৰ বাবে মৃত্যু বাইহাটা শৈলেন্দ্ৰ কুমাৰ দত্ত হাইস্কুলৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ।
  • ছাত্ৰজন বাইহাটা চাৰিআলিৰ ভোমোলাহাটীৰ জিন্তু ঠাকুৰীয়া ৷
  • শাৰীৰিক ভাবে দুৰ্বল ছাত্ৰজনে স্কুল বিৰতিৰ সময়ত মধ্যাহ্ন ভোজন কৰাৰ পাছতেই অসুষ্ঠ হৈ পৰে ।
  • শিক্ষকসকলে চিকিৎসাৰ বাবে জিএনআৰচি লৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে ছাত্ৰগৰাকীয়ে মৃত্যুক আকোৱালি লয় ৷
    বাইহাটা চাৰিআলিত ছাত্ৰৰ কৰুণ মৃত্যু

ABOUT THE AUTHOR

...view details