- বাইহাটা চাৰিআলিত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম ৷
- বালিকুছিৰ পৰা ধুলীয়াৰালৈ যোৱা প্ৰায় তিনি কি: মি: দৈৰ্ঘৰ পথচোৱা নিৰ্মাণত বিসংগতি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।
- বালিৰ পৰিৱৰ্তে শিলৰ ওপৰত মাটি দি পৰা হৈছে খাপৰি ৷
- যাৰ ফলত নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই ফাঁট মেলিছে পথটিত ৷
- পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে ঠিকাদাৰ কিশোৰ কলিতাৰ বিৰুদ্ধে ৷
বাইহাটা চাৰিআলিত পথ নিৰ্মাণত দুৰ্নীতি ঠিকাদাৰৰ - ETV_ASSAM
বাইহাটা চাৰিআলিত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম ৷ বালিকুছিৰ পৰা ধুলীয়াৰালৈ যোৱা প্ৰায় তিনি কি: মি: দৈৰ্ঘৰ পথচোৱা নিৰ্মাণত বিসংগতি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।
বাইহাটা চাৰিআলিত পথ নিৰ্মাণত দুৰ্নীতি ঠিকাদাৰৰ