অসম

assam

ETV Bharat / state

বাইহাটাৰ ভঙা মথাউৰিত মন্ত্ৰী হিমন্তৰ চৰজমিন তদন্ত

কাৰ গাফিলতিৰ বাবে ৰাইজৰ দুৰ্দশা ? জলসম্পদ বিভাগৰ ৰঙিয়া উপ সংমণ্ডলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ বানপীড়িত ৰাইজৰ ৷ তেওঁলোকৰ অভিযোগ মথাউৰি ভঙাৰ পূৰ্বে বিভাগে অঞ্চলটোত মথাউৰি ৰক্ষাৰ ব্যৱস্থা নকৰিলে ৷

By

Published : Jul 18, 2019, 4:24 PM IST

Updated : Jul 18, 2019, 5:07 PM IST

মন্ত্ৰী হিমন্তৰ চৰজমিন তদন্ত

বাইহাটা,18 জুলাইঃ জলসম্পদ বিভাগৰ গাফিলতিৰ বাবে আঠগাঁৱত বাঢ়নী পানীত ভাঙিল মথাউৰি, ৰাইজ সন্তুষ্ট নহয় জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ ওপৰত ৷ বৃহস্পতিবাৰে পুৱাই আঠগাৱৰ মথাউৰি পৰিদৰ্শন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কি কেনেকৈ ভাঙিবলৈ পালে আঠগাঁৱৰ বাহবৰীৰ মথাউৰি ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত লগে লগে ঘোষণা কৰিলে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত

ভঙা মথাউৰিত মন্ত্ৰী হিমন্তৰ চৰজমিন তদন্ত
Last Updated : Jul 18, 2019, 5:07 PM IST

ABOUT THE AUTHOR

...view details