অপৰাধীৰ ৰম্য ভূমিত পৰিণত কামৰূপৰ বাইহাটা চাৰিআলি - ৰুবুল আলী
পুনৰ বাইহাটা চাৰিআলি আৰক্ষীৰ জালত ৰুবুল আলী ওৰফে নজৰুল হক নামৰ নকল টকা সৰবৰাহকাৰী ৷ বৃহৎ নকল নোটৰ ব্যৱসায় চক্ৰৰ সৈতে ৰুবুল আলী জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ৷
![অপৰাধীৰ ৰম্য ভূমিত পৰিণত কামৰূপৰ বাইহাটা চাৰিআলি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4112370-thumbnail-3x2-i.jpg)
অপৰাধীৰ ৰম্য ভূমিত পৰিণত কামৰূপৰ বাইহাটা চাৰিআলি
বাইহাটা, 12 আগষ্টঃ
- অপৰাধমূলক কামৰ বাবে অপৰাধীয়ে বাছি লৈছে বাইহাটা চাৰিআলিৰ বিভিন্ন অঞ্চল
- পুনৰ বাইহাটা চাৰিআলি আৰক্ষীৰ জালত এজন নকল টকা সৰবৰাহকাৰী অপৰাধীৰ ৰম্য ভূমিত পৰিণত কামৰূপৰ বাইহাটা চাৰিআলি
- কিছুদিন পূৰ্বে কমলপুৰ আৰক্ষীয়ে নকল টকা আৰু নকল সোণৰ সৈতে আটক কৰিছিল এজনক
- দীৰ্ঘদিনৰ পৰা নকল নোটৰ ব্যৱসায়ত জড়িত আছিল ৰুবুল আলী ওৰফে নজৰুল হক
- অৱশেষত বাইহাটা চাৰিআলি আৰক্ষীৰ হাতত ধৰা পৰে ৰুবুল আলী
- ৰুবুল আলীৰ হাতৰ পৰা জব্দ বহু পৰিমাণৰ নকল ৫০ টকীয়া নোট
- বৃহৎ নকল নোটৰ ব্যৱসায় চক্ৰৰ লগত জড়িত থকাৰ সন্দেহ আৰক্ষীৰ
- বৰ্তমানেও বাইহাটা চাৰিআলিৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত