বাইহাটা,22 এপ্ৰিল:আজি বাসন্তী পূজাৰ দশমী বিহিত পূজা । উত্তৰ কামৰূপৰ এখন লেখত ল'বলগীয়া এখনি পূজা হ'ল পশ্চিম পিংগলেশ্বৰ বাসন্তী পূজা ৷ এই পূজাখনিয়ে এইবাৰ ৩৩ বৰ্ষত ভৰি দিয়ে ৷ বাসন্তী পূজাৰ উপলক্ষে উত্তৰ কামৰূপত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে ৷
সমাপ্তি ঘটিল বাসন্তী পূজাৰ - Baihata Basanti puja
আজি বাসন্তী পূজাৰ দশমী বিহিত পূজা । উত্তৰ কামৰূপৰ লেখত ল’বলগীয়া এখনি পূজা হ’ল পশ্চিম পিংগলেশ্বৰ দেৱালয়ৰ বাসন্তী পূজা ৷ এই পূজাখনিয়ে এইবাৰ ৩৩ বৰ্ষত ভৰি দিয়ে ৷
ক'ভিড প্ৰ'টকলৰ মাজেৰে অনুষ্ঠিত হ'ল পশ্চিম পিঙ্গলেশ্বৰ বাসন্তী পূজা
সম্পুৰ্ণ ক'ভিড প্ৰট’কলৰ মাজেৰে এইবাৰ অনুষ্ঠিত হয় বাসন্তী পূজা । পূজাস্থলীত চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে ভক্তসকলে মাস্ক পৰিধান কৰি পূজাত অংশগ্ৰহণ কৰা দেখা যায় ৷
লগতে পঢ়ক: ক'ভিড পৰীক্ষাৰ ভয়ত শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন ৩০০ যাত্ৰীৰ