অসম

assam

ETV Bharat / state

ড০ পীতাম্বৰ দেৱ গোস্বামীৰ জন্ম দিৱস উদযাপন

সত্ৰাধিকাৰ গৰাকীৰ জন্ম তিথিত অভিনেতা প্ৰাঞ্জল শইকীয়াকে ধৰি অসমৰ খ্যাতনামা ৬১ গৰাকী কবিক সম্বৰ্ধনা জনোৱা হয় ৷ লগতে সত্ৰাধিকাৰ গৰাকীৰ চিন্তা বৈভৱ নামৰ গ্ৰন্থ উন্মোচন কৰা হয় ৷

By

Published : Jun 11, 2019, 12:29 PM IST

ETV BHARAT

  • উত্তৰ গুৱাহাটীত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীৰ ৬১তম জন্ম তিথি পালন
  • কামৰূপ জিলা সাংবাদিক সন্থা, কামৰূপ জিলা উপায়ুক্ত,উত্তৰ গুৱাহাটী ছাত্ৰ সন্থা আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ অংশগ্ৰহণ
  • দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৬১ সংখ্যক জন্মদিন
  • জন্ম তিথিত নাগাৰা নাম, আলোচনাচক্ৰ, সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন
  • সত্ৰাধিকাৰ গৰাকীৰ জন্ম তিথিত অভিনেতা প্ৰাঞ্জল শইকীয়াকে ধৰি অসমৰ খ্যাতনামা ৬১ গৰাকী কবিক সম্বৰ্ধনা
  • লগতে সত্ৰাধিকাৰ গৰাকীৰ "চিন্তা বৈভৱ" নামৰ গ্ৰন্থ উন্মোচন
  • গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক নগেন শইকীয়াই
    আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীৰ ৬১তম জন্ম তিথি পালন

ABOUT THE AUTHOR

...view details