ছয়গাঁও, ২৭ জুনঃ
- ছয়গাঁৱৰ গৰৈমাৰীত ভয়ানক পথ দুৰ্ঘটনা
- দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক, আহত আন এজন লোক
- নিহত যুৱকজনৰ নাম ৰহিম উদ্দিন
- বাইক আৰু টেম্প'ৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো
- আহত লোকজনৰ নাম ছফিউৰ খান বুলি চিনাক্ত ছয় গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১