অসম

assam

By

Published : May 21, 2019, 11:02 PM IST

ETV Bharat / state

হাজোত বিধায়িকাৰ প্ৰতিমূৰ্তি দাহ

শ্বহীদ সত্যনাথ গাঁও পঞ্চায়ত, কলিতাকুছি গাঁও পঞ্চায়ত, শনিযাদি গাঁও পঞ্চায়ত আৰু বৰ্নি গাঁও পঞ্চায়তখন নতুনকৈ প্ৰস্তাৱিত কঞা উন্নয়ন খণ্ডত সংযোগ কৰিব বিচৰাৰ প্ৰতিবাদত হাজো আঞ্চলিক ছাত্ৰ সন্থাই বিধায়িকা সুমন হৰিপ্ৰিয়াৰ পুত্তলিকা দাহ কৰে৷

হাজোত বিধায়িকাৰ প্ৰতিমূৰ্তি দাহ

হাজো, 21 মেঃ হাজোৰ দিহিনাত বিধায়িকা সুমন হৰিপ্ৰিয়াৰ পুত্তলিকা দাহ | হাজো উন্নয়ন খণ্ডৰ চাৰিখন পঞ্চায়ত কৰ্তন কৰিব বিছৰাৰ প্ৰতিবাদত হাজো আঞ্চলিক ছাত্ৰ সন্থাই মঙলবাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰে | শ্বহীদ সত্যনাথ গাঁও পঞ্চায়ত, কলিতাকুছি গাঁও পঞ্চায়ত, শনিযাদি গাঁও পঞ্চায়ত আৰু বৰ্নি গাঁও পঞ্চায়তখন নতুনকৈ প্ৰস্তাৱিত কঞা উন্নয়ন খণ্ডত সংযোগ কৰিব বিচৰাৰ প্ৰতিবাদত হাজো আঞ্চলিক ছাত্ৰ সন্থাই বিধায়িকা সুমন হৰিপ্ৰিয়াৰ পুত্তলিকা দাহ কৰে৷

হাজোত বিধায়িকাৰ প্ৰতিমূৰ্তি দাহ

ABOUT THE AUTHOR

...view details