ৰঙিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ - প্ৰাতঃভ্ৰমণ কৰা পথচাৰীয়ে প্ৰত্যক্ষ কৰি খবৰ দিলে আৰক্ষীক
প্ৰাতঃভ্ৰমণ কৰা পথচাৰীয়ে প্ৰত্যক্ষ কৰি খবৰ দিলে আৰক্ষীক
ৰঙিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ
ৰঙিয়া,7 ছেপ্তেম্বৰ:
- শনিবাৰে পুৱাই ৰঙিয়াত উদ্ধাৰ এটা মৃতদেহ
- ৰঙিয়া তিনিআলিৰ মীন বিভাগৰ পুখুৰীত উদ্ধাৰ হ'ল মৃতদেহটো
- এতিয়ালৈকে চিনাক্ত হোৱা নাই উৱলি যোৱা যুৱকৰ মৃতদেহটো
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে