ৰঙিয়া,8মাৰ্চ: আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ৷ সংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে পৃথিৱীৰ আধা জনসংখ্যা হৈছে নাৰী ৷ জীৱনৰ প্ৰতিটো খোজতে পুৰুষৰ সমানে আগবাঢ়ি কাম কৰিব পৰা নাৰীয়ে আজিৰ সমতয় বহু ক্ষেত্ৰত পুৰুষতকৈ বেছি ভাল প্ৰৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ পুৰুষৰ সমানে আগুৱাই আজিৰ নাৰীয়ে প্ৰতিৰক্ষা পৰা ৰাজনীতিলৈ, স্বাস্থ্যখণ্ডৰ পৰা শিক্ষাখণ্ডলৈ দৈনন্দিন কাম কাজৰ লগতে নিজা উপাৰ্জনেৰে ঘৰখন চলোৱাকে আদি সকলো সকলো দায়িত্ব নিয়াৰিকৈ কৰিবলৈ সক্ষম হৈছে ৷
প্ৰতিগৰাকীৰ নাৰীৰ বাবেই আদৰ্শ হোৱা অপৰ্ণা কবিৰাজৰ কথাৰে - প্ৰতিগৰাকীৰ নাৰীৰ বাবেই সাহস তথা আদৰ্শ হ'ব পৰা এগৰাকী বিশেষ নাৰীৰ কথাৰে ই টিভি ভাৰতৰ পৰা আগবঢ়োৱা হৈছে এক বিশেষ প্ৰতিবেদ
আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ৷ আজিৰ নাৰীয়ে প্ৰতিৰক্ষা পৰা ৰাজনীতিলৈ, স্বাস্থ্যখণ্ডৰ পৰা শিক্ষাখণ্ডলৈ দৈনন্দিন কাম কাজৰ লগতে নিজা উপাৰ্জনেৰে ঘৰখন চলোৱালৈ আদি সকলো সকলো দায়িত্ব নিয়াৰিকৈ চলাবলৈ সক্ষম হৈছে ৷

প্ৰতিগৰাকীৰ নাৰীৰ বাবেই আদৰ্শ হোৱা অপৰ্ণা কবিৰাজৰ কথাৰে
প্ৰতিগৰাকীৰ নাৰীৰ বাবেই আদৰ্শ হোৱা অপৰ্ণা কবিৰাজৰ কথাৰে
আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন হোৱা এই বিশেষ দিনটোত প্ৰতিগৰাকীৰ নাৰীৰ বাবেই সাহস তথা আদৰ্শ হ'ব পৰা এগৰাকী বিশেষ নাৰীৰ কথাৰে ই টিভি ভাৰতৰ পৰা আগবঢ়োৱা হৈছে এক বিশেষ প্ৰতিবেদন ৷ ৰঙিয়া ৰেল সংমণ্ডলৰ এটা বিশেষ পদবীত 6 বছৰে কৰ্মৰত এইগৰাকী বিশেষ মহিলা অপৰ্ণা কবিৰাজ ৷
লগতে পঢ়কঃ ভাৰতীয় কৰ্মৰত মহিলাসকলে কিয় পুৰুষতকৈ পৃথকভাৱে অৱসৰ গ্ৰহণৰ পৰিকল্পনা কৰাৰ প্ৰয়োজন ?