অসম

assam

ETV Bharat / state

আমিনগাঁৱত ষ্ট্ৰাম্প পেপাৰ বিক্ৰেতা সন্থাৰ সংবাদ মেল - ষ্টাম্প

ৰাজ্যৰ প্ৰায় ৩০০০ ষ্ট্ৰাম্প পেপাৰ বিক্ৰেতাৰ   সমস্যা সমূহ আলোচনা কৰিবলৈ আয়োজন কৰে এই সংবাদমেল

dsfcd

By

Published : Mar 15, 2019, 3:29 PM IST

গুৱাহাটী,১৫ মাৰ্চ: আমিনগাঁৱত ষ্ট্ৰাম্প পেপাৰ বিক্ৰেতা সন্থাৰ সংবাদ মেল । ৰাজ্যৰ প্ৰায় ৩০০০ ষ্ট্ৰাম্প পেপাৰ বিক্ৰেতাৰ সমস্যা সমূহ আলোচনা কৰিবলৈ আয়োজন কৰে এই সংবাদমেল । উল্লেখ্য যে ১৭ মাৰ্চত ৩০০০ বিক্ৰেতাই চৰকাৰক কমিচন বৃদ্ধি, সময়ত ষ্ট্ৰাম্প পেপাৰৰ যোগান, চিলিং বৃদ্ধি আদিকে ধৰি কেইবাটাও দাবী চৰকাৰক জনাব ষ্ট্ৰাম্প পেপাৰ বিক্ৰেতা সন্থাই ।

video

ABOUT THE AUTHOR

...view details