আমিনগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড - শ্বটচাৰ্কিট
আমিনগাঁৱৰ ৰে'লৱে বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, ২টা বাসভৱনৰ লগতে ৭খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত
![আমিনগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3599829-thumbnail-3x2-jk.jpg)
আমিনগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড
কামৰূপ,১৯জুন :
- আমিনগাঁৱত ভয়ংকৰ ঘটনা
- আমিনগাঁৱৰ ৰে'লৱে বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়
- ২টা বাসভৱনৰ লগতে ৭খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত হয় অগ্নিকাণ্ডত আমিনগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড
- বৈদ্যুতিক শ্বট-চাৰ্কিটৰ ফলত সূত্ৰপাত হোৱা জুইত জাহ যায় প্ৰায় ১ কোটি টকাৰ সা-সম্পত্তি
- ঘটনা সংঘটিত হোৱাৰ লগে-লগে স্থানীয় ৰাইজে অগ্নিনিৰ্বাপন বাহিনীক খবৰ দিয়ে
- ঘটনাস্থলীত উপস্থিত হয় ৪খনকৈঅগ্নিনিৰ্বাপন বাহিনী
- ৩ ঘন্টাৰ অন্তত অগ্নিনিৰ্বাপন বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়