অসম

assam

ETV Bharat / state

ৰাজ্যত কৃষকৰ বাবে আবন্টিত সাৰৰ নামত চলিছে চিণ্ডিকেট ! - ETV BHARAT

এপিএচচিৰ তদন্ত হ'ল যদিও বৰ্ডৰ বহুকেইগৰাকী সদস্যক সোধা পোছা নকৰিলে তদন্তকাৰী বিষয়াই । বহু দোষী বিষয়া এতিয়াও মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে বুলি অসম উন্নয়ন পৰিষদৰ তৰফৰ পৰা সংবাদমেলখনত মন্তব্য আগবঢ়ায় ।

কৃষকৰ বাবে আবন্টিত সাৰৰ নামত চলিছে চিণ্ডিকেট !

By

Published : May 14, 2019, 7:06 PM IST


গুৱাহাটী , 14 মে' : এ পি এচ চি কেলেংকাৰীৰ সঠিক তদন্ত আৰু অসমত চিণ্ডিকেট বন্ধ কৰাৰ দাবী তুলিলে সদৌ অসম উন্নয়ন পৰিষদে । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলত এই দাবী তুলিলে সংগঠনটোৱে ।

কৃষকৰ বাবে আবন্টিত সাৰৰ নামত চলিছে চিণ্ডিকেট !


সংগঠনটোৱে অভিযোগ উত্থাপন কৰে যে এপিএচচিৰ তদন্ত হ'ল যদিও বৰ্ডৰ বহুকেইগৰাকী সদস্যক সোধা পোছা নকৰিলে তদন্তকাৰী বিষয়াই । বহু দোষী বিষয়া এতিয়াও মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে বুলি অসম উন্নয়ন পৰিষদৰ তৰফৰ পৰা সংবাদমেল খনত মন্তব্য আগবঢ়ায় । লগতে ৰাজ্যত শেহতীয়াকৈ কয়লা আৰু চুপাৰী চিণ্ডিকেটক লৈও সৰৱ হৈ পৰে সংগঠনটো । ইয়াৰ উপৰিও দুখীয়া কৃষকৰ বাবে আবন্টিত সাৰৰ নামতো একাংশই ব্যাপক চিণ্ডিকেট চলোৱাৰ অভিযোগ উত্থাপন কৰে সদৌ অসম উন্নয়ন পৰিষদে ।

ABOUT THE AUTHOR

...view details