অসম

assam

ETV Bharat / state

হাইমাদ্ৰাছা পৰীক্ষাত দ্বিতীয় স্থান দখল আলিকাষৰ আফচানা য়াচমিনৰ - আফচানা য়াচমিন

শুকুৰবাৰে ঘোষিত হাইমাদ্ৰাছা পৰীক্ষাৰ চূড়ান্ত ফলাফলত, দ্বিতীয় স্থান দখল কৰি কামৰূপ জিলালৈ গৌৰৱ কঢ়িযাই আনিছে আলিকাষৰ আফচানা য়াচমিনে ৷

afsana yasmin from kamrup secured 2nd position in high madrasa exam
afsana yasmin from kamrup secured 2nd position in high madrasa exam

By

Published : Jun 6, 2020, 2:15 PM IST

কামৰূপ, 6 জুনঃ শুকুৰবাৰে ঘোষিত হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ চূড়ান্ত ফলাফল ৷ হাই মাদ্ৰছা পৰীক্ষাৰ ফলাফলত দ্বিতীয় স্থান দখল কৰি কামৰূপ জিলালৈ গৌৰৱ কঢ়িযাই আনিছে আলিকাষৰ আফচানা য়াচমিনে ৷ আফচানা শিঙিমাৰী আলিকাষ বামুণবুড়ী হাইমাদ্ৰাছাৰ ছাত্ৰী ৷ মুঠ 552 নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰিছে আফচানাই ৷

হাইমাদ্ৰাছা পৰীক্ষাত দ্বিতীয় স্থান দখল আলিকাষৰ আফচানা য়াচমিনৰ

ABOUT THE AUTHOR

...view details