উত্তৰ গুৱাহাটী, 30 ছেপ্টেম্বৰঃ উত্তৰ গুৱাহাটী গৌৰীপুৰ ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ সমুখত শোকাৱহ পথ দুৰ্ঘটনা ৷ AS 25 BC 0150 নম্বৰৰ গেছ ছিলিণ্ডাৰ পৰিবাহী ট্ৰাকে খুন্দিওৱাৰ ফলত নিহত হয় এগৰাকী মহিলা। নিহত মহিলা গৰাকী উত্তৰ গুৱাহাটী জয়গুৰুস্থিত পম্পী থাপা বুলি জানিব পৰা গৈছে ।
উত্তৰ গুৱাহাটীত শোকাৱহ পথ দুৰ্ঘটনাত নিহত 1 - গৌৰীপুৰ ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ সমুখত শোকাৱহ পথ দুৰ্ঘটনা
গেছ ছিলিণ্ডাৰ পৰিবাহী ট্ৰাকে খুন্দিওৱাৰ ফলত নিহত এগৰাকী মহিলা ৷ নিহত মহিলা গৰাকী উত্তৰ গুৱাহাটী জয়গুৰুস্থিত পম্পী থাপা বুলি জানিব পৰা গৈছে ।
উত্তৰ গুৱাহাটী