বকোত ডাম্পাৰৰ চেপাত নিহত এজন - অসম নিউজ
মঙলবাৰে নিশা সংঘটিত দুৰ্ঘটনাত নিহত হয় বিপিন বসুমতাৰী(১৯) নামৰ এজন যুৱক ৷ ডাম্পাৰ চেপাত নিহত হয় বুলি মন্তব্য প্ৰত্যক্ষদৰ্শীৰ ৷ নিহত যুৱকজনৰ ঘৰ ধুপধৰাৰ ধনুভাঙাত বুলি জানিব পাৰ গৈছে ৷
বকোত ডাম্পাৰৰ চেপাত মৃত্যু এজনৰ
কামৰূপ, 22 মে': বকোৰ অসম মেঘালয় সীমান্তৱৰ্ত্তী লাম্পীত শোকাৱহ দুৰ্ঘটনা ৷ মঙলবাৰে নিশা সংঘটিত দুৰ্ঘটনাত নিহত হয় বিপিন বসুমতাৰী(১৯) নামৰ এজন যুৱক ৷ ডাম্পাৰ চেপাত নিহত হয় বুলি মন্তব্য প্ৰত্যক্ষদৰ্শীৰ ৷ নিহত যুৱকজনৰ ঘৰ ধুপধৰাৰ ধনুভাঙাত বুলি চিনাক্ত । ডাম্পাৰৰ কৰ্মচাৰী আছিল নিহত বিপিন বসুমতাৰী । এঢলীয়া ঠাইত ডাম্পাৰখন ৰখাবলৈ যাওঁতে সংঘটিত হয় অঘটন । আনহাতে, বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা পথতে নিহত হয় বিপিন বসুমতাৰী ।