অসম

assam

ETV Bharat / state

সুধাকণ্ঠ অবিহনে আজিও অসম্পূৰ্ণ ব'হাগ ! - সম্বৰ্ধনা

ভাৰত ৰত্ন সুধাকণ্ঠলৈ সন্মান জনাই পৰিয়ালবৰ্গক সম্বৰ্ধনা জনায় সদৌ অসম ছাত্ৰ সন্থাই ৷ অসমবাসী ৰাইজলৈ আন্তৰিক ধন্যবাদ জনালে পৰিয়ালবৰ্গই ৷

সুধাকণ্ঠক স্মৰণ

By

Published : Apr 14, 2019, 11:38 PM IST

Updated : Apr 15, 2019, 1:33 AM IST

গুৱাহাটী,14 এপ্ৰিল:আছুৰ সম্বৰ্ধনা অনুষ্ঠানত ভাবুক ড0 ভূপেন হাজৰিকাৰ পৰিয়াল। সদৌ অসম ছাত্ৰ সন্থা আৰু অসমবাসীলৈ পৰিয়ালবৰ্গই জনালে ধন্যবাদ জনায় ৷

সুধাকণ্ঠক স্মৰণ

পলমকৈ হ'লেও ককায়েক অৰ্থাৎ ভূপেন হাজৰিকা দেৱৰ সন্মানক লৈ গৌৰাম্বিত সমৰ হাজৰিকা। দুচকু সেমেকাই ক'লে, ''সি জীয়াই থাকোতেই এই সন্মান পোৱা হ'লে ভাল আছিল'' । সমৰ হাজৰিকা দেৱৰ লগতে সুধাকণ্ঠৰ আন দুগৰাকী ভগ্নীয়েও সোৱঁৰিলে ভূপেনদাক। একেবাৰে শেষত ভূপেন হাজৰিকা দেৱৰ ভগ্নী সুদক্ষিণা শৰ্মাই ক'লে ভূপেনদাৰ বিষয়ে বহু কথা । ভূপেন দাৰ বিষয়ে কোৱাৰ লগতে সকলোলৈ বিহুৰ শুভেচ্ছা জনাই মঘাই ওজা দেৱে শিকাই দিয়া বিহু এফাঁকিৰে বিহুৰ ওলগ জনালে সমগ্ৰ অসমবাসীক।

Last Updated : Apr 15, 2019, 1:33 AM IST

ABOUT THE AUTHOR

...view details