প্ৰেমঃ ৰাজপথতেই প্ৰহাৰ যুৱতীক - যুৱতী গৰাকীক কুঁহিয়াৰ এডালেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে
প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত ৰাজপথতেই প্ৰহাৰ যুৱতীক ৷ ৰঙিয়াৰ ৰেল ষ্টেচনৰ সমীপত বিদ্যালয়ৰ পৰা ওভতা যুৱতী এগৰাকীক বাটত আগচি ধৰি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ইছিল এগৰাকী যুৱকে ৷ যুৱতী গৰাকীয়ে প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত ভাইটি নামৰ যুৱকজন খঙত কুঁহিয়াৰ এডালেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ৰঙিয়া আৰক্ষী থানাত উদণ্ড যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷

ৰাজপথতেই প্ৰহাৰ যুৱতীক
ৰঙিয়া, 30 আগষ্টঃ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত ৰাজপথতেই প্ৰহাৰ যুৱতীক ৷ ৰঙিয়াৰ ৰেল ষ্টেচনৰ সমীপত বিদ্যালয়ৰ পৰা ওভতা যুৱতী এগৰাকীক বাটত আগচি ধৰি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ইছিল এগৰাকী যুৱকে ৷ যুৱতী গৰাকীয়ে প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত ভাইটি নামৰ যুৱকজনে খঙত যুৱতী গৰাকীক কুঁহিয়াৰ এডালেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ লগতে বেয়াকৈ মাৰধৰ কৰাৰ ফলত যুৱতীগৰাকী কিছু পৰিমাণে আহত হয় ৷ ইতিমধ্যে আতংকিত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ৰঙিয়া আৰক্ষী থানাত উদণ্ড যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷
ৰাজপথতেই প্ৰহাৰ যুৱতীক