অসম

assam

ETV Bharat / state

গড়চুক আৰক্ষীৰ জালত 4 দুৰ্ধৰ্ষ ডকাইত - 4 Robery

ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে এখন মাৰুতি এল্টো বাহনৰ লগতে কেইবাখনো এ টি এম কাৰ্ড

গড়চুক আৰক্ষীৰ জালত ৪ জনীয়া দুধৰ্ষ ডকাইতৰ দল

By

Published : Mar 21, 2019, 5:17 PM IST

গুৱাহাটী,21 মাৰ্চঃ গুৱাহাটী গড়চুক আৰক্ষীৰ জালত 4জনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দল । ধৃত ডকাইত কেইটাৰ নাম ৰকিবুল ইছলাম , ইব্ৰাহিম খান , চাইজুদ্দিন আলি আৰু চামেচুদ্দিন ।

গড়চুক আৰক্ষীৰ জালত ৪ জনীয়া দুধৰ্ষ ডকাইতৰ দল

ডকাইতৰ দলটোৱে নিশা ডকাইতিৰ উদ্দেশ্যেৰে প্ৰৱেশ কৰিছিল মহানগৰীত । ডকাইতি কাণ্ড সংঘটিত কৰাৰ পূৰ্বেই আৰক্ষীয়ে কৰায়ত্ব কৰে ডকাইতৰ দলটোক । ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে মাৰাত্মক অস্ত্ৰ,এখন মাৰুতি এল্টো বাহনৰ লগতে কেইবাখনো এ টি এম কাৰ্ড । ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্য সংগ্ৰহৰ বাবে জেৰা অব্যাহত ৰাখিছে দলটোৰ ৷

ABOUT THE AUTHOR

...view details