গুৱাহাটী, 24 জুনঃমণিপুৰৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ সমাধানৰ বাবে, বুধবাৰে বৰঝাৰ বিমান বন্দৰৰ পৰা দিল্লীলৈ উৰা মাৰে মণিপুৰৰ এন পি পি দলৰ চাৰি বিধায়ক, মেঘালয়ৰৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে নেদাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মণিপুৰৰ ৰাজনৈতিক সংকটৰ স্থায়ী সমাধান বাবে এক বৈঠকত মিলিত হোৱাৰ লক্ষ্যৰে দিল্লী অভিমুখে ৰাওনা হয় ৰাজনৈতিক নেতা কেইগৰাকী ৷ আটাইকেইগৰাকী নেতাই চাটাৰ বিমানেযোগে ৰাওনা হয় দিল্লীলৈ ৷
মণিপুৰৰ ৰাজনৈতিক অচলাৱস্থাঃ উদ্ধাৰকাৰীৰ ৰূপত হিমন্ত-কনৰাড - মেঘালয়ৰৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা
মণিপুৰৰ এন পি পি দলৰ চাৰি বিধায়ক, মেঘালয়ৰৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে ড৹ হিমন্ত বিশ্ব শৰ্মা বুধবাৰে ৰাওনা হয় দিল্লী অভিমুখে ৷ মণিপুৰৰ ৰাজনৈতিক সংকটৰ স্থায়ী সমাধান বাবে এই যাত্ৰা ৰাজনৈতিক নেতা কেইগৰাকীৰ ৷
![মণিপুৰৰ ৰাজনৈতিক অচলাৱস্থাঃ উদ্ধাৰকাৰীৰ ৰূপত হিমন্ত-কনৰাড 4 mlas of manipur along with cm of meghalaya and himanta biswa sarma traveled to delhi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7751615-527-7751615-1593002314269.jpg)
4 mlas of manipur along with cm of meghalaya and himanta biswa sarma traveled to delhi
মণিপুৰৰ ৰাজনৈতিক অচলাৱস্থাঃ উদ্ধাৰকাৰীৰ ৰূপত হিমন্ত-কনৰাড