গুৱাহাটী, 9 এপ্ৰিলঃ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ দাদাগিৰি ৷ তেল ভৰাবলৈ যোৱা ট্ৰাকৰ চালকক প্ৰহাৰ পৰিবহন বিষয়াৰ ৷
37 ৰাষ্ট্ৰীয় ঘাইপথত মহানগৰ জিলা পৰিবহন বিষয়াৰ দাদাগিৰি!!! - পৰিবহন
সমগ্ৰ দৃশ্যটো দেখি পৰিবহন বিভাগৰ লোক কেইজনক প্ৰশাসনে কি ব্যৱস্থা লয় সেয়াহে লক্ষনীয় হব

37 ৰাষ্ট্ৰীয় ঘাইপথত মহানগৰ জিলা পৰিবহন বিষয়াৰ দাদাগিৰি
37 ৰাষ্ট্ৰীয় ঘাইপথত মহানগৰ জিলা পৰিবহন বিষয়াৰ দাদাগিৰি
কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ এটা দলে নিশা তেল ভৰাবলৈ যোৱা মালবাহী ট্ৰাকৰ পৰা চালকক নমাই আনি গতিয়াই দিয়াৰ লগতে বাহন খন ডিপোটোৰ পৰা খেদি পঠায় ৷ এই সমগ্ৰ দৃশ্য চিচি কেমেৰাত বন্দী হয় ৷ প্ৰশাসনৰ লোকে কোনো কাৰণ নোহোৱাকৈ যদি এনেধৰণে সাধাৰণ লোকৰ ওপৰত অত্যাচাৰ কৰে তেনেহ'লে প্ৰশাসনৰ ওপৰত আস্থা হেৰুওৱাটো কোনো ডাঙৰ কথা নহয় ৷ এতিয়া প্ৰশ্ন হয় সমগ্ৰ দৃশ্যটো দেখি পৰিবহন বিভাগৰ লোক কেইজনৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব ৷