গোলাঘাট, 9 এপ্ৰিল : কামৰূপ জিলাৰ হাজো অন্তৰ্গত ৰামদিয়াৰ 6 জনকৈ ব্যক্তিয়ে গোলাঘাট জিলাৰ নাওজান আদৰ্শ গাঁৱৰ একাংশ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি দৰিছে ৷ দৰাচলতে, তিনি জন খেতিয়ক, এজন শিক্ষক আৰু দুজন সেনাবাহিনীত কাম কৰা যৌথ পৰিয়ালৰ এই ৬ ভাতৃয়ে তেল আৰু দাইলৰ বাহিৰে প্ৰায়ভাগ নিজৰ ঘৰত উৎপাদিত সামগ্ৰীৰে অঞ্চলটোৰ প্ৰায় ৭০ টা পৰিয়ালক সহায়ৰ হাত আগবঢায় ৷
ৰাজ্যৰ বিভিন্ন স্থানত অসহায় পৰিয়ালসমূহক খাদ্য সামগ্ৰী বিতৰণ... - Ramdia 6 brothers food grain distribution at Golaghat
![ৰাজ্যৰ বিভিন্ন স্থানত অসহায় পৰিয়ালসমূহক খাদ্য সামগ্ৰী বিতৰণ... ৰামদিয়াৰ একাংশ লোকৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6720529-1093-6720529-1586411001039.jpg)
ৰামদিয়াৰ একাংশ লোকৰ
10:39 April 09
হাজো ৰামদিয়াৰ 6 ভাতৃৰ মহানুভৱতা..
খাদ্য বিতৰণ মহানুভৱসকলৰ..