অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ 1 লাখ টকাৰ অনুদান জুবিন গাৰ্গৰ - Zubeen garg

লক ডাউন খুলিলেই অসমলৈ আহি এই ৰোগৰ বিৰুদ্ধে একেলগে যুঁজ দিম বুলি মন্তব্য কৰে শিল্পী গৰাকীয়ে।

1 লাখ টকাৰ অনুদান জুবিন গাৰ্গৰ
1 লাখ টকাৰ অনুদান জুবিন গাৰ্গৰ

By

Published : Mar 29, 2020, 11:21 PM IST

গুৱাহাটী, 29 মাৰ্চ : লক ডাউনৰ বাবে মুম্বাইতে আবদ্ধ হৈ থকা জুবিন গাৰ্গে অসমৰ ৰাইজৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ সোমবাৰে 1 লাখ টকাৰ অনুদান আগবঢ়োৱাই । জুবিন গাৰ্গে জানিবলৈ দিয়া অনুসৰি উচ্চ চিকিৎসাৰ বাবে তেওঁ মুম্বাই লৈ যাব লগা হৈছিল আৰু তাৰ পিছতে লক ডাউন হোৱাৰ বাবে দীৰ্ঘদিনৰ বাবে মুম্বাইতে থাকিবলগীয়া হয়। লক ডাউন খুলিলেই অসমলৈ আহি এই ৰোগৰ বিৰুদ্ধে একেলগে যুঁজ দিম বুলি মন্তব্য কৰে শিল্পী গৰাকীয়ে। সকলোকে মৰম যাঁচি যিয়ে যেনেকৈ পাৰে চৰকাৰক অনুদান আগবঢ়াবলৈ অনুৰোধ জনায় শিল্পীগৰাকীয়ে ।

1 লাখ টকাৰ অনুদান জুবিন গাৰ্গৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details