অসম

assam

By

Published : Sep 7, 2019, 8:51 PM IST

ETV Bharat / state

'মিছন চাইনা'ৰ ৰেকৰ্ড ভংগ কৰিলে 'কাঞ্চনজংঘা'ই

যাৰ বাবে ছবিখনৰ নিৰ্মাতা জুবিন গাৰ্গে দৰ্শক উদগনি যোগোৱাৰ বাবে মহানগৰীৰ প্ৰতিটো ছবি গৃহত উপস্থিত হয় ৷ ছবি গৃহত উপস্থিত হৈ কাৰিকৰী দিশ সমূহ খুটি-নাটি মাৰি চাই জুবিনে ৷

'মিছন চাইনা'ৰ ৰেকৰ্ড ভংগ কৰিলে 'কাঞ্চনজংঘা'ই

গুৱাহাটী, 7 চেপ্তেম্বৰঃ 'মিছন চাইনা'ৰ ৰেকৰ্ড ভংগ কৰি 'কাঞ্চনজংঘা'ৰ বৃহৎ সাফল্য ৷ 'কাঞ্চনজংঘা'ৰ প্ৰথম দিনটোত উপাৰ্জন 40 লাখ ৷ যাৰ বাবে ছবিখনৰ নিৰ্মাতা জুবিন গাৰ্গে দৰ্শক উদগনি যোগোৱাৰ বাবে মহানগৰীৰ প্ৰতিটো ছবি গৃহত উপস্থিত হয় ৷ ছবি গৃহত উপস্থিত হৈ কাৰিকৰী দিশ সমূহ খুটি-নাটি মাৰি চাই জুবিনে ৷ আনহাতে, নিজৰ চিনেমাৰ ৰেকৰ্ড আকৌ নিজৰ চিনেমাই ভাঙিবলৈ সক্ষম হোৱাত স্বাভাৱিকতে সুখী জুবিন গাৰ্গ । অসমৰ প্ৰতিটো ছবি গৃহত 'কাঞ্চনজংঘা'ই বিপুল সঁহাৰি লাভ কৰাৰ লগতে দেশৰ বিভিন্ন স্থানৰ ছবি গৃহত 'কাঞ্চনজংঘা'ই দৰ্শকৰ সঁহাৰি পোৱাত উৎফুল্লিত জুবিন ৷

'মিছন চাইনা'ৰ ৰেকৰ্ড ভংগ কৰিলে 'কাঞ্চনজংঘা'ই

ABOUT THE AUTHOR

...view details