অসম

assam

By

Published : Nov 28, 2019, 10:22 PM IST

ETV Bharat / state

কেবৰ বিৰুদ্ধে জুবিন গাৰ্গ

কেব কেতিয়াও সমৰ্থন নকৰে জুবিন গাৰ্গে । কেবৰ বিপক্ষে থিয় হ'বলৈ সকলোকে আহ্বান যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিনৰ

জুবিন গাৰ্গ
কেবৰ বিৰুদ্ধে জুবিন গাৰ্গ

গুৱাহাটী, 28 নৱেম্বৰঃ কেব সন্দৰ্ভত জুবিন গাৰ্গৰ স্পষ্ট প্ৰতিক্ৰিয়া । কেব কেতিয়াও সমৰ্থন নকৰে জুবিন গাৰ্গে । কেবৰ বিপক্ষে থিয় হ'বলৈ সকলোকে আহ্বান যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিনৰ । ইতিমধ্যে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে কেব বিৰোধী বহু কাৰ্যসূচী গ্ৰহণ কৰিছে । আগন্তুক 30 নৱেম্বৰত কেবৰ বিপক্ষে উলিয়াওৱা হ'ব এক জোঁৰ সমদল । এই জোঁৰ সমদলত যোগদান কৰিব জুবিন গাৰ্গে । কটনৰ ছাত্ৰ-ছাত্ৰী সকলক সমৰ্থন কৰি কেবৰ বিৰুদ্ধে হোৱা এই আন্দোলনৰ অংশীদাৰ হ'ব হাৰ্টথ্ৰ'ব গৰাকী ৷

কেবৰ বিৰুদ্ধে জুবিন গাৰ্গ

ABOUT THE AUTHOR

...view details