- NIA আদালতলৈ হস্তান্তৰ হ'ল জুৰোড বিস্ফোৰণৰ বিচাৰ প্ৰক্ৰিয়া
- প্ৰথমবাৰৰ বাবে NIA আদালতত হাজিৰ জুৰোড বিস্ফোৰণৰ ৭ অভিযুক্ত
- ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আটাইকেইজন অভিযুক্তক
- আশ্চৰ্যজনকভাৱে NIA এ জিম্মাত নিবিচাৰিলে এজনো অভিযুক্তক
- অৱশ্যে অসম আৰক্ষীয়ে প্রায় তদন্ত শেষ কৰিছিল সমগ্ৰ ঘটনাৰ
- আদালতত হাজিৰ কৰা হৈ আটাইকেইজন অভিযুক্ত ক্ৰমে বিজয় অসম, জাহ্নৱী শইকীয়া, প্ৰাণময় ৰাজগুৰু, সঞ্জীৱ তালুকদাৰ, চিন্ময় লহকৰ, অমৃত বল্লভ গোস্বামী আৰু প্ৰকাশ ৰাজকোঁৱৰক
- ২ আগষ্টত পুনৰ NIA আদালতত হাজিৰ কৰোৱা হ'ব৭ অভিযুক্তক
জুৰোড বিস্ফোৰণৰ গোচৰ NIA আদালতলৈ হস্তান্তৰঃ আদালতত হাজিৰ অভিযুক্তক - guwahati
NIA আদালতলৈ হস্তান্তৰ হ'ল জুৰোড বিস্ফোৰণৰ বিচাৰ প্ৰক্ৰিয়া ৷ প্ৰথমবাৰৰ বাবে NIA আদালতত হাজিৰ জুৰোড বিস্ফোৰণৰ ৭ অভিযুক্ত ৷
জোৰোড বিস্ফোৰণৰ গোচৰ NIA আদালতলৈ স্থানান্তৰ
Last Updated : Jul 19, 2019, 10:36 AM IST