অসম

assam

ETV Bharat / state

জু-ৰোডৰ বিস্ফোৰণ সন্দৰ্ভত আদালতত NIA ৰ চাৰ্জশ্বিট দাখিল

আদালতত চাৰ্জশ্বিটত উল্লেখ কৰা অভিযুক্ত কেইজন ক্ৰমে - প্ৰাণময় ৰাজগুৰু, জাহ্নৱী শইকীয়া, পাপো কোচ , ইন্দ্ৰ মোহন বৰা , বিজয় অসম, অমৃত বল্লভ গোস্বামী, চিন্ময় লহকৰ, প্ৰকাশ ৰাজকোঁৱৰ আৰু সঞ্জীৱ তালুকদাৰ

By

Published : Nov 11, 2019, 9:26 PM IST

জু-ৰোডৰ বিস্ফোৰণ সন্দৰ্ভত আদালতত NIA ৰ চাৰ্জশ্বিট দাখিল

  • গুৱাহাটীৰ জু-ৰোড বিস্ফোৰণ সন্দৰ্ভত সোমবাৰে আদালতত NIA ৰ চাৰ্জশ্বিট দাখিল
  • ৮ জন অভিযুক্তৰ বিৰুদ্ধে NIA ৰ চাৰ্জশ্বিট দাখিল
  • ৰাষ্ট্ৰ দ্ৰোহ , সন্ত্ৰাস আৰু অবৈধ অস্ত্ৰ ৰখাৰ লগতে একাধিক গোচৰত অভিযুক্ত ৮ জন ব্যক্তি
  • বিস্ফোৰণকাণ্ডত আহত আৰক্ষীৰ লগতে ১২ জন ব্যক্তিক প্ৰাণে মৰাৰ চেষ্টাৰ অভিযোগ
  • আদালতত চাৰ্জশ্বিটত উল্লেখ কৰা অভিযুক্ত কেইজন ক্ৰমে - প্ৰাণময় ৰাজগুৰু, জাহ্নৱী শইকীয়া, পাপো কোচ , ইন্দ্ৰ মোহন বৰা , বিজয় অসম, অমৃত বল্লভ গোস্বামী, চিন্ময় লহকৰ, প্ৰকাশ ৰাজকোঁৱৰ আৰু সঞ্জীৱ তালুকদাৰ

ABOUT THE AUTHOR

...view details