অসম

assam

ETV Bharat / state

NIA আদালতত হাজিৰ জুৰোড বিস্ফোৰণৰ সাত অভিযুক্ত

শুকুৰবাৰে দ্বিতীয়বাৰৰ বাবে এন আই এ আদালতত হাজিৰ কৰোৱা হয় জুৰোড বিস্ফোৰণৰ সাত অভিযুক্তক ৷

NIA আদালতত হাজিৰ জুৰোড বিস্ফোৰণৰ সাত অভিযুক্ত

By

Published : Aug 2, 2019, 12:20 PM IST

  • জু ৰোডৰ বিস্ফোৰণত জড়িতক আদালতত হাজিৰ
  • দ্বিতীয়বাৰৰ বাবে এন আই এৰ আদালতত হাজিৰ ৭ অভিযুক্তক
  • ১৪ দিনৰ ন্যায়িক জিম্মাৰ পাছত আজি আদালতত হাজিৰ কৰোৱা হয় অভিযুক্তক সকলক
  • জু ৰোড সমীপৰ চেন্ট্ৰেল মলৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনাত জড়িত আটাইকেইজন
  • বিচাৰ প্ৰক্ৰিয়া আদালতৰ পৰা এন আই এৰ আদালতলৈ হস্তান্তৰ কৰিছিল
  • আদালতত হাজিৰ কৰোৱা অভিযুক্ত কেইজন ক্ৰমে বিজয় অসম,জাহ্নৱী শইকীয়া,
  • প্ৰাণময় ৰাজগুৰু,সঞ্জীৱ তালুকদাৰ,চিন্ময় লহকৰ,অমৃত বল্লভ গোস্বামী,প্ৰকাশ ৰাজকোঁৱৰ
    NIA আদালতত হাজিৰ জুৰোড বিস্ফোৰণৰ সাত অভিযুক্ত

ABOUT THE AUTHOR

...view details