গুৱাহাটী,10 অক্টোবৰঃ বিশ্বৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে গুৱাহাটীৰ নমাইলতস্থিত উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান ইউ এছ টি এম ত আজি উদযাপন কৰা হয় ৱৰ্ল্ড চাইল্ড ডে' । অনুষ্ঠানটোত বিশেষকৈ নাৰেংগীস্থিত জ্যোতি নিকেতনৰ প্ৰায় ১৫ গৰাকী দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকে গীত পৰিবেশন কৰে । অনুষ্ঠানটোত উপাচাৰ্য মহবুবুল হক , নভযান ফাউণ্ডেশ্যনৰ চি এম এফ ডঃ যোছেফ মপ্পালিৰৰমবিলৰ উপস্থিত থাকি ভাষণ ৰখাৰ লগতে দৃষ্টিহীন ছাত্ৰ- ছাত্ৰী সকলে গীত পৰিবেশন কৰে ৷ সমগ্ৰ ভাৰতত ৬২ মিলিয়ন লোকে এতিয়াও অন্ধত্বৰ জীৱন-যাপন কৰি আছে । তাৰ ভিতৰত ৫৪ মিলিয়ন লোকৰ দৃষ্টিশক্তি কম আৰু ভাৰতত ৮ মিলিয়ন অন্ধ লোক আছে ।
গুৱাহাটীৰ ইউএচটিএমত ৱৰ্ল্ড চাইল্ড ডে' - ইউএচটিএম
গুৱাহাটীৰ খানাপাৰাস্থিত ইউএচটিএমত ৱৰ্ল্ড চাইল্ড ডে' উপলক্ষে সজাগতামূলক ৰেলীৰ আয়োজন কৰা হয় ৷
গুৱাহাটীৰ ইউএচটিএমত উদযাপন ৱৰ্ল্ড চাইত দে