নুনমাটি, 14 নৱেম্বৰ:বৃহস্পতিবাৰেমহানগৰীৰ নুনমাটিত সংঘটিত হ'ল আত্মহত্যাৰ ঘটনা ৷ নুনমাটিৰ ফৰেষ্টগেটৰ যুৱনগৰত দুই মহলীয়া অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা কৰে শেৱালী দেউৰী নামৰ এগৰাকী মহিলাই ৷ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ মানসিকভাৱে ভাগি পৰিছিল মহিলাগৰাকী ।
মহিলাৰ আত্মহনন