গুৱাহাটী,২৫ অক্টোবৰঃ ২৮ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিবেশন। শুকুৰবাৰে এই সম্পৰ্কীয় এক অধিসূচনা জাৰি কৰিলে ৰাজ্যপালে। উল্লেখযোগ্য যে, শীতকালীন অধিবেশনৰ পূৰ্বেই শপত গ্ৰহণ কৰিব বিধানসভাৰ উপ নিৰ্বাচনত নিৰ্বাচিত বিধায়ক সোণাৰিৰ নৱনীতা সন্দিকৈ,ৰাতাবাৰীৰ বিজয় মালাকাৰ,ৰঙাপৰাৰ ৰাজেন বৰঠাকুৰ আৰু জনিয়াৰ ৰফিকুল ইছলামে ।
নৱেম্বৰৰ মাহত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিবেশন - নৱেম্বৰৰ মাহত অনুষ্ঠিত হ'ব বিধানসভাৰ শীতকালিন অধিবেশন
শীতকালীন অধিবেশনৰ পূৰ্বে শপত গ্ৰহণ কৰিব নৱ-নিৰ্বাচিত চাৰি বিধায়কে ৷ অধিসূচনা জাৰি কৰিলে ৰাজ্যপালে ৷

ঘোষণ কৰা হ'ল শীতকালিন বিধনসভাৰ দিন