গুৱাহাটী, 26 জানুৱাৰীঃ71 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে চান্দমাৰীৰ অভিযান্ত্ৰিক খেল পথাৰত অনুষ্ঠিত হয় VINTAGE CAR প্ৰদৰ্শনী মেলা ৷ 1924 চনৰ পুৰণি গাড়ীৰ পৰা আৰম্ভ কৰি বহু সংৰক্ষণ কৰি ৰখা গাড়ী লৈ গৰাকী সকলৰ ভিৰ কৰে চান্দমাৰী খেল পথাৰত ৷ এই মেলাত উপস্থিত থাকে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ৷ উল্লেখ্য যে, চান্দমাৰী অভিযান্ত্ৰিক খেল পথাৰৰ পৰা গুৱাহাটী ক্লাব হৈ গণেশগুৰিলৈকে গণৰাজ্য দিৱসৰ দিনটোত গৰাকীয়ে নিজৰ পুৰণি গাড়ী সমূহ লৈ এক ৰেলী উলিয়ায় ৷
চান্দমাৰীৰ অভিযান্ত্ৰিক খেল পথাৰত 71তম গণতন্ত্ৰ দিৱস উপলক্ষে VINTAGE CAR প্ৰদৰ্শনী
দেওবাৰে চান্দমাৰী অভিযান্ত্ৰিক খেল পথাৰত 71তম গণতন্ত্ৰ দিৱস উপলক্ষে অনুষ্ঠিত হয় VINTAGE CARৰ প্ৰদৰ্শনী ৷ গাড়ীৰ গৰাকী সকলে নিজৰ পুৰণি গাড়ী সমূহ লৈ এক ৰেলী উলিয়ায় ৷
VINTAGE CAR