অসম

assam

ETV Bharat / state

গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ,আটক এজনক - গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিল খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ জি এছ ৰোড অৱৰোধ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ ৷ ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে এজন প্ৰতিবাদকাৰীক ৷

veterinary college student protest against CAB
পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ,আটক 1

By

Published : Dec 11, 2019, 12:37 PM IST

গুৱাহাটী, 11 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিল খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ জি এছ ৰোড অৱৰোধ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ ৷ বৰ্তমানেও মহাবিদ্যালয়খনৰ গেটৰ সন্মুখত প্ৰতিবাদ অব্যহত আছে প্ৰতিবাদ ৷ ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে এজন প্ৰতিবাদকাৰীক ৷

পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

উল্লেখ্য যে, লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হোৱাৰ পিছত বুধবাৰে ৰাজ্যসভাত উত্থাপিত হ’ল বিধেয়কখন ৷ বিধেয়কখন ৰাজ্যসভাত গৃহীত হ’লে আন্দোলন অধিক ভয়াৱহ কৰি তোলা হ'ব বুলি প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে হুংকাৰ প্ৰদান কৰে ৷
আৰু পঢ়ক- ৰাজ্যসভাত গৃহীত হ'বনে কেব ? তীব্ৰ উৎকণ্ঠা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details