গুৱাহাটী, ২৬ ফেব্ৰুৱাৰীঃমঙলবাৰেকামাখ্যা ধামত উপস্থিত হয় আমেৰিকাৰ ৰাষ্ট্ৰদূত কেনেথ জাষ্টাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত হয় কেনেথ জাষ্টাৰ।
কামাখ্যা ধামত আমেৰিকাৰ ৰাষ্ট্ৰদূত কেনেথ জাষ্টাৰ - kamakhya temple
দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৰ্বাঞ্চললত উপস্থিত ৰাষ্ট্ৰদূত গৰাকী

আমেৰিকাৰ ৰাষ্ট্ৰদূত কেনেথ জাষ্টাৰ
আমেৰিকাৰ ৰাষ্ট্ৰদূত কেনেথ জাষ্টাৰ
মঙলবাৰে পত্নীসহ কামাখ্যা মন্দিৰ দৰ্শন কৰে ৰাষ্ট্ৰদূতগৰাকীয়ে । কামাখ্যা মন্দিৰ দৰ্শন কৰিয়ে তাজ ভিভান্টালৈ ৰাওনা হয় ৰাষ্ট্ৰদূতগৰাকী। কাৰ্যসূচী অনুসৰি ৪ বজাত ৰাজ্যপালৰ লগত এক আলোচনাত মিলিত হ'বৰাষ্ট্ৰদূত কেনেথ জাষ্টাৰ। আনহাতে বুধবাৰে শ্বিলঙৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰদূত গৰাকীয়ে ।