অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীক ‘চান্দা সম্ৰাট’ আখ্যা উপমন্যু হাজৰিকাৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ কটাক্ষ জেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ ৷ সৰ্বানন্দ সোণোৱাল হৈছে এজন ‘চান্দা সম্ৰাট’ এই মন্তব্য অধিবক্তাগৰাকীৰ ৷

Upamanyu Hazarika Talks about Sarbananda Sonowal
মুখ্যমন্ত্ৰীক ‘চান্দা সম্ৰাট’ আখ্যা উপমন্যু হাজৰিকাৰ

By

Published : Jan 7, 2020, 1:21 AM IST

গুৱাহাটী, ৬ ডিচেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ‘চান্দা সম্ৰাট’ বুলি আখ্যা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ । মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচিত টিংখাঙৰ বিধায়ক বিমল বৰাই অলপতে বিশিষ্ট শিক্ষাবিদ, পণ্ডিত ড৹ নগেন শইকীয়াক তীৰ্যক সমালোচনা কৰাৰ পিচত সোমবাৰে বিধায়কগৰাকীক উভতি ধৰে অধিবক্তাগৰাকীয়ে । আনহাতে তেওঁ কয় যে সৰ্বানন্দ সোণোৱাল হৈছে এজন ‘চান্দা সম্ৰাট’। তেওঁৰ নিৰ্দেশ মানিয়েই বিধায়ক বিমল বৰাই এনেধৰণৰ মন্তব্য কৰিছে বুলি উল্লেখ কৰে ।

মুখ্যমন্ত্ৰীক ‘চান্দা সম্ৰাট’ আখ্যা উপমন্যু হাজৰিকাৰ

লগতে পঢ়কঃABVP ক নিষিদ্ধ কৰাৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

লগতে পঢ়কঃ'মা তুঝে চলাম' গীতটোৰ ওপৰত আছিল সন্দেহঃ এ.আৰ.ৰহমান

ABOUT THE AUTHOR

...view details