নিউজ ডেস্ক,15 মে’: সমগ্ৰ দেশৰ লগতে অসমতো কৰ’ণা মহামাৰীয়ে চলাইছে সংহাৰ ৷ ৰাজ্যত এই পৰ্যন্ত কৰ’ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে বহু লোকে ৷ এনে এক সংকটকালীন পৰিস্থিতিৰ মাজতে সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ পৰা অহা এক বিবৃতিয়ে বিশেষ চৰ্চা লাভ কৰিছে ৷
তিনিমাহৰ বাবে স্থগিত আলফা(স্বা)ৰ সামৰিক অভিযান - সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)
কৰ’ণাই সৃষ্টি কৰা অনাহুত পৰিস্থিতিৰ বাবে শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী তিনিমাহৰ বাবে আলফা(স্বা)এ স্থগিত ৰাখিছে সংগঠনটোৰ সকলো ধৰণৰ সামৰিক অভিযান ৷ শনিবাৰে পুৱা এক বিবৃতিযোগে একপক্ষীয়ভাৱে সামৰিক অভিযান তিনিমাহলৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে নিষিদ্ধ ঘোষিত সংগঠনটোৱে ৷
আগন্তুত তিনিমাহৰ বাবে স্থগিত আলফা(স্বা)ৰ সামৰিক অভিযান
কৰ’ণাই সৃষ্টি কৰা অনাহুত পৰিস্থিতিৰ বাবে শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী তিনিমাহৰ বাবে আলফা(স্বা)এ স্থগিত ৰাখিছে সংগঠনটোৰ সকলো ধৰণৰ সামৰিক অভিযান ৷ শনিবাৰে পুৱা এক বিবৃতিযোগে একপক্ষীয়ভাৱে সামৰিক অভিযান তিনিমাহলৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে নিষিদ্ধ ঘোষিত সংগঠনটোৱে ৷
লগতে পঢ়ক: ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি